DA Hike: অচিৰেই বৃদ্ধি পাব ৪ শতাংশকৈ DA! ৪ শতাংশকৈ DA বৃদ্ধি পালে কিমান টকাকৈ বাঢ়িব দৰমহা? জানি লওক হিচাপ | সপ্তম বেতন আয়োগৰ কৰ্মচাৰী সকলে পুনৰ এবাৰ DA বৃদ্ধিৰ বাবে অপেক্ষা কৰি আছে। মাৰ্চ মাহত কেন্দ্ৰীয় কৰ্মচাৰীৰৰ ৪ শতাংশ DA বৃদ্ধি পাইছিল। যদি DA ৪ শতাংশ বৃদ্ধি কৰা হয় তেন্তে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা কিমান বৃদ্ধি পাব?যদি কৰ্মচাৰীগৰাকীৰ মূল দৰমহা ১৮ হাজাৰ টকা হয়, তেন্তে ৪ শতাংশ DA বৃদ্ধি হাৰত মাহত ৭২০ টকা লাভ কৰিব। অৰ্থাৎ বছৰি ৮,৬৪০ টকা লাভ কৰিব।যদি কৰ্মচাৰীগৰাকীৰ মূল দৰমহা ২০,০০০ হাজাৰ টকা হয়, তেন্তে ৪ শতাংশ DA বৃদ্ধি হাৰত মাহত ৮০০ টকা লাভ কৰিব। আৰু বছৰি ৯ হাজাৰ ৬০০ টকা লাভ কৰিব।আৰু যদি কৰ্মচাৰীগৰাকীৰ মূল দৰমহা ২৫,০০০ হাজাৰ টকা হয়, তেন্তে ৪ শতাংশ DA বৃদ্ধি হাৰত মাহত ১,০০০ টকা লাভ কৰিব। আৰু বছৰি ১০,০০০ টকা লাভ কৰিব।
0 Comments